LBRY Block Explorer

LBRY Claims • ৰঙা-মৰিচা-শাকৰ

ee7ec30b94931bc2c43a43c9316896254225da9a

Published By
Created On
30 Mar 2022 17:04:30 UTC
Transaction ID
Cost
Safe for Work
Free
Yes
ৰঙা মৰিচা শাকৰ এটা নতুন টেষ্টি ৰেচিপি। এনেকৈ পালে শাক নোখোৱা সকলেও বিচাৰি খাব। red amaranth recipe.
আকৌ এটা নতুন ৰেচিপি আগবঢ়ালোঁ,,, বহুতেই শাক খাবলৈ বেয়া পায় বিশেষকৈ সৰু লৰা ছোৱালীবোৰে, কিন্তু আপুনি যদি এনেদৰে বনাই দিয়ে আপুনি আচৰিত হৈ যাব, কাৰণ শাক নোখোৱা সকলেও বিচাৰি বিচাৰি খাব। খুব সোৱাদ হয় মৰিচা শাক এনেদৰে খাবলৈ। মই এই ৰেচিপিটো নিজে ভাবি বনালোঁ খাবলৈ ভাল হোৱাত আপোনালোকৰ লগত চেয়াৰ কৰিলোঁ, যদি কোনোবাই আগতে এনেদৰে খাইছে জনাবচোন, কিন্তু ভিডিঅটো সম্পূৰ্ণ চাই লব।

#redamaranth #assameserecipe #morisaxak

কাচকলৰ বাকলি ভাজি খাইছেনে কেতিয়াবা, তলৰ ভিডিঅটো চাওক আৰু পেলাই নিদি বনাই খাওঁক:
https://youtu.be/-qJGPUizLUQ

পকা অমিতাৰ পেৰা খাইনে, বৰ ভাল লাগে:
https://youtu.be/lK8HNFWvDvc

ভাটকেৰেলাৰ এইটো ৰেচিপি এবাৰ ট্ৰাই কৰি চাবচোন
https://youtu.be/4jsNnUQ8RTo

মিছামাছৰ ফ্ৰাইড ৰাইচ ৰেচিপিৰ বাবে তলৰ লিংকটোত ক্লিক কৰক
https://youtu.be/_PQf0DoiIzw
...
https://www.youtube.com/watch?v=MAhu1StjhGU
Author
Content Type
Unspecified
video/mp4
Language
Open in LBRY

More from the publisher

Controlling
VIDEO
VLOG
Controlling
VIDEO
DAILY
Controlling
VIDEO
Controlling
VIDEO
Controlling
VIDEO
VIDEO
LIVE
Controlling
VIDEO
DAILY
Controlling
VIDEO
Controlling
VIDEO
SUNDA