LBRY Block Explorer

LBRY Claims • নতুন-সোৱাদেৰে

369a7d349b71617154f5909bf4da37885333ec4f

Published By
Created On
30 Mar 2022 17:04:30 UTC
Transaction ID
Cost
Safe for Work
Free
Yes
নতুন সোৱাদেৰে ওলকচু আৰু মুৰ্গী মাংস। এনেকৈ ওলকচু বনালে একেবাৰে নখজুৱাই। oal with chicken.
ভাদ মাহত ওলকচুৰ সোৱাদ লব লাগে, আপোনালোকে ললেনে বাৰু,,, ওলকচু বনালোঁ মূৰ্গী মাংসৰ লগত কিন্তু মই ইয়াত আন এটা বস্তু ব্যৱহাৰ কৰিছোঁ যাৰ বাবে সোৱাদটো বহু গুণেই বেলেগ আৰু ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন আৰু কেনে লাগিছে মোক জনাব।

#oalchicken #chicken #tamarindchicken

এটা টেষ্টি,,, দহিকচু আৰু জুইত সেকা মাছৰ ৰেচিপিৰ বাবে তলৰ লিংকটোত ক্লিক কৰক

https://youtu.be/PidXNfjz2SM

এটা সোৱাদেৰে ভৰা লগতে দেহৰ বাবে বহুত উপকাৰী কলা কচুৰ ৰেচিপিৰ বাবে তলৰ লিংকটোত ক্লিক কৰক

https://youtu.be/jwenMVpQBiE
...
https://www.youtube.com/watch?v=SiMrA89melA
Author
Content Type
Unspecified
video/mp4
Language
Open in LBRY

More from the publisher

Controlling
VIDEO
DAILY
Controlling
VIDEO
FOOD,
Controlling
VIDEO
MY HO
Controlling
VIDEO
Controlling
VIDEO
KULFI
Controlling
VIDEO
DAILY
Controlling
VIDEO
JUSTI
Controlling
VIDEO
DAILY
Controlling
VIDEO
LIVE: